কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ও’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ওবাৰিছobārichaNoun
উত্তৰাধিকাৰী
an heir
- ওবাৰেণ্টobāreṇṭaNoun
ৰজাৰ হুকুমমতে কোনো লোকক ধৰি আনিবলৈ দিয়া পৰনা; গ্ৰেপ্তাৰী পৰনা
warrant ; a warrant of arrest
- ওভতনo`.bho.tonVerbal Noun
পূৰ্বৰ ঠাইলৈ পুনৰ ঘূৰি অহা কাৰ্য্য৷
To turn back; to go or come again to the same place or condition.
- ওভতনিNoun
ভাটীৰ বিপৰীত অৰ্থাৎ উজাই বোবা সোঁত; উলটি বোবা পানীৰ সোঁত
a counter-current
- ওভতালিNoun
দুষ্টালি; বিপৰীত আচৰণ
waywardness
- ওভাচালিobhācāliNoun
দুষ্টালি।
- ওভোটা খৰo’.bho’.ta korVerbal Noun
1.ভৰি দুটা হাত আৰু মূৰৰ ওপৰলৈ কৰা৷ 2.(আলংকাৰিক ব্যৱহাৰ) কোনো বিষয়ে বা কাৰোবাৰ বিষয়ে হঠাতে আৰু অপ্ৰত্যাশিত ভাবে মতামত সম্পূৰ্ণ ওলোটা কৰা৷
1.a turn/leap in which a person turns upside down (i.e. the feet over the hands an head).2. (figurative use) a complete reversal of opinion over somebody or something.
- ওভোটাশোথo`.bho`.ta.xo`thCommon Noun
এবিধ বন৷
Achyranthes aspera is a species of plant in the Amaranthaceae family. It is distributed throughout the tropical world. It can be found in many places growing as an introduced species and a common weed.
- ওমলা ঘৰMaterial Noun
শিশুসকলে খেলা-ধূলা কৰিবলৈ ব্যৱস্থা থকা ঘৰ
a house for children for merry-making
- ওমানo`.manProper Noun
আৰব উপদ্বীপৰ এখন দেশ৷
Oman, officially the Sultanate of Oman, is an Arab country in the southeastern coast of the Arabian Peninsula.
- ওম্omNoun
বেদৰ মূল মন্ত্ৰ; প্ৰণব; সকলো মন্ত্ৰৰে আদি মূল; বেদ পাঠৰ আগত আৰু শেষত, কোনো ধৰ্ম্মানুষ্ঠান বা উপাসনা আদিৰ আৰম্ভতে এই মন্ত্ৰ উচ্চাৰণ কৰা হয়
the mystic and very sacred monosyllable uttered before and after readings of the Vedas
- ওলolaNoun
এচমকামান ডাঙৰ ঘূৰণীয়া খালি এটা মাথোন আলু ধৰা এবিধ কচু
an esculent root; a variety of arum; Telinga potatæ; Amorphophallus campenulatas
- ওল-কচুola-kacuNoun
এচমকামান ডাঙৰ ঘূৰণীয়া খালি এটা মাথোন আলু ধৰা এবিধ কচু
an esculent root; a variety of arum; Telinga potatæ; Amorphophallus campenulatas
- ওল-কবিola-kabiNoun
ওপৰতে আলু বা মূল ধৰা এবিধ বাৰীত হোবা আৰু আঞ্জা খোবা পাচলি
the kal Robi or nolkol; Brassica (oleracea) caulo-rapa
- ওলকঁচুo’l.ko~.suCommon Noun
এবিধ গ্ৰীষ্মমণ্ডলীয় উদ্ভিদ যাৰ কন্দমূলৰ সংগঠনৰ আকৃতি দেখাত হাতীৰ ভৰিৰ সদৃশ হয়|
A tropical species of yam having unusual clusters of tubers that grow above the ground.
- ওলকবিo’l.ko.biCommon Noun
NULL
the thick, fleshy, edible root of either of two plants of the mustard family, the white-fleshed Brassica rapa rapifera or the yellow-fleshed rutabaga.
- ওলগolagaNoun
মানী লোকক কৰা সম্মান; মূৰ চপৰাই কৰা প্ৰণাম; মূৰ দোঁবাই শ্ৰদ্ধা প্ৰকাশ কৰা
obeisance; bow
- ওলগণিo’.lo.go.niAbstract Noun
এক প্ৰকাৰৰ সম্বোধন; কাৰোবাক আদৰণি বা সম্ভাষণ জনাবলৈ কৰা উক্তি; শুভেচ্ছা বাণী
a salutation; something said to greet somebody; a message of good wishes
- ওলগনিNoun
দণ্ডবত কৰা; মূৰ দোঁবাই সম্মান
act of bowing down in respect
- ওলট কম্বলo`.lot kom.bolCommon Noun
এবিধ বন৷
Achyranthes aspera is a species of plant in the Amaranthaceae family. It is distributed throughout the tropical world. It can be found in many places growing as an introduced species and a common weed.