← ফুৰি যাওক

ওলগনি

অৰ্থ

1.

দণ্ডবত কৰা; মূৰ দোঁবাই সম্মান

act of bowing down in respect

বি.

2.

আজ্ঞা মনা চিন-স্বৰূপে দিয়া ধন

money paid as a token of obeying orders

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ