← ফুৰি যাওক

ওভতনি

অৰ্থ

1.

ভাটীৰ বিপৰীত অৰ্থাৎ উজাই বোবা সোঁত; উলটি বোবা পানীৰ সোঁত

a counter-current

বি.

2.

উলটি অহা কাৰ্য্য

the act of turning back

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ওভতনি · অসমীয়া অভিধান