কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- একাক্ষপিংগলিe.ka.khyo.ping.go.liProper Noun
হিন্দু ধৰ্মীয় বিশ্বাস মতে উত্তৰ দিশ আৰু ধনৰ অধিপতি আৰু মহাদেৱ বা শিৱৰ ভঁৰালী।
according to Hindu belief, the god of wealth, the master of the north and the treasurer of Lord Shiva.
- একাক্ষৰীয় নামAbstract Noun
কোনো এজন ব্যক্তিৰ নামৰ প্ৰথম আখৰকেইটা সংলগ্ন কৰি সৃষ্টি কৰা এক চিহ্ন বা নক্সা, যিটো সাধাৰণতে সাজ-পোছাক বা আন সম্পত্তিত ছপা বা খোদিত কৰা হয়৷
a symbol or design, usually formed from the first letters of a person`s name joined together, that is sewn or printed on clothes or other possessions
- একাগ্ৰচিত্ততাe.ka.gro.sit.to.taAbstract Noun
লক্ষ্যৰ পৰা অলপো বিচলিত নোহোৱাকৈ কোনো দিশত চিন্তা কৰা আৰু কঠোৰ পৰিশ্ৰম কৰাৰ সামৰ্থ্য আৰু প্ৰক্ৰিয়া
the ability or the process of thinking about without distraction and working hard in one direction.
- একাগ্ৰচিন্তাAbstract Noun
কেৱল এটা বিষয়ত একাগ্ৰতা
concentration only on one subject
- একাগ্ৰতাe.ka.gro.taAbstract Noun
লক্ষ্যৰ পৰা অলপো বিচলিত নোহোৱাকৈ কোনো দিশত চিন্তা কৰা আৰু কঠোৰ পৰিশ্ৰম কৰাৰ সামৰ্থ্য আৰু প্ৰক্ৰিয়া
the ability or the process of thinking about without distraction and working hard in one direction.
- একাঘ্নীekāghnīNoun
এপাত মহা অস্ত্ৰ [কৰ্ণই ইন্দ্ৰৰপৰা এই অস্ত্ৰ পাই অৰ্জ্জুনক মাৰিবৰ কাৰণে ৰাখিছিল; কিন্ত্ত-দুৰ্য্যোধনৰ অনুৰোধত এই অস্ত্ৰেৰে ঘটোত্কচক বধ কৰে]।
- একাঙ্গিekāṅgiNoun
অঙ্গ বা শৰীৰৰ এফাল অবশ হৈ যোবা বেমাৰ; অৰ্দ্ধাঙ্গি
paralysis of one side of the body; hemiplogia
- একাঙ্গীe.kang.giProper Noun
দেহৰ কোনো এক অংশ লৰ-চৰ কৰিব নোৱাৰা হোৱা এক বিশেষ ব্যাধি | সাধাৰণতে স্নায়ু বিকল হৈ যোৱাৰ ফলত এনেকুৱা হয় |
A loss or impairment of voluntary movement in a body part, caused by injury or disease of the nerves, brain, or spinal cord.
- একাচ-বিকাচe.kas-bi.kasAbstract Noun
ভাল-বেয়াৰ বা শুচি-অশুচিৰ সূক্ষ্ম বিচাৰ ৷
Too much regard for what is pure and what is impure.
- একাচ্-বিকাচ্ekāc-bikācNoun
বিক্চিনা; ঘৱণা; ধুতি-বিধুতিৰ সূক্ষ্ম বিচাৰ; চিক্চাক্; চিকা-চন্দা
an acute sense of what is pure and what is impure; strict regard for ceremonial impurity; hatred
- একাজলিMaterial Noun
Refers to quantity of said object that you can hold on the palms of both of your hands, often times something liquid or semi solid.
- একাজিekājiNoun
বস্ত্ত তুলি ৰাখিবলৈ চুকিয়া-চুকি কৰি তিনি ডাল মাৰি বান্ধি জৰীৰে ওলোমাই খোবা যতন
a triangular frame suspended by means of ropes for the purpose of keeping things on
- একাডেমিekāḍemiNoun
উচ্চ মানবিশিষ্ট বিদ্যালয়; কলা, বিজ্ঞান, শাস্ত্ৰ আদিৰ উন্নতিৰ বাবে স্হাপন কৰা বিদ্বানসকলৰ সংস্হা
academy
- একাত্মe.kat.moAbstract Noun
পৃথক কৰিব নোৱাৰাকৈ সংযোগ হৈ থকা৷
Something that is attached together with another thing and almost inseparable.
- একাত্মতাe.kat.mo.taAbstract Noun
এক বা একেলগ হোৱা অৱস্থা।
the state of being one or together.
- একাত্মবোধek.at.mo.bodhAbstract Noun
এক বা একেলগ হোৱা অৱস্থা।
the state of being one or together.
- একাত্মাekātmāNoun
অতি আত্মীয়
very intimate
- একাদশekādaśa
বি . দহ আৰু এক ; এঘাব
eleventh
- একাদশ ৰুদ্ৰekādaśa, rudraNoun
ব্ৰহ্মাৰ ক্ৰোধৰপৰা ওপজা ৰুদ্ৰৰ এঘাৰ স্বৰূপ বা নাম।
- একাদশীekādaśīNoun
জোন ওলোবাৰ বা মৰিবৰপৰা এঘাৰ সংখ্যাৰ দিন
the eleventh day of a lunar fortnight (dark or bright)