← ফুৰি যাওক

একাদশ

ekādaśa

অৰ্থ

1.

বি . দহ আৰু এক ; এঘাব

eleventh

2.

এঘাব সংখ্যাৰ

being eleventh in number; eleventh

বিণ.

3.

বাৰ স্কন্ধ ভাগবতৰ এঘাৰ সংখ্যাৰ স্কন্ধ বা ভাগ [ইয়াত যদুবংশ ধ্বংস আৰু শ্ৰীকৱষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণৰ কথা লিখা আছে]

the eleventh book of the Bhāgavatapurāṇa

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ