← ফুৰি যাওক

একাঘ্নী

ekāghnī

অৰ্থ

1.

এপাত মহা অস্ত্ৰ [কৰ্ণই ইন্দ্ৰৰপৰা এই অস্ত্ৰ পাই অৰ্জ্জুনক মাৰিবৰ কাৰণে ৰাখিছিল; কিন্ত্ত-দুৰ্য্যোধনৰ অনুৰোধত এই অস্ত্ৰেৰে ঘটোত্কচক বধ কৰে]।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

একাঘ্নী · অসমীয়া অভিধান