কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হাস্যকৰAdjective
ঠাট্টা বা উপহাসৰ যোগ্য
ludicrous; ridiculous
- হাস্যৰসাত্মকProper Adj.
হাস্যৰস যোগাব পৰা অৰ্থাৎ হাঁহিৰ খোৰাক যোগাব পৰা
having the characteristics of a humorist
- হাহিলাhāhilāAdjective
হাঁহি থকা মুনিহ বা তিৰোতা
a smiling man or woman
- হাড়-কঁপোৱাhar-ko~.po`.waVerbal Adj.
অতি ঠাণ্ডা, সাধাৰণতে কঁপনি উঠা
a sensation of cold, usually with shivering
- হাড়-কাটনৰhāṛa-kāṭanaraAdjective
নিজৰ হাড় ভাঙি অৰ্থাৎ দুখেৰে বা বহু পৰিশ্ৰমেৰে উপাৰ্জ্জন কৰা
earned or produced by one's hard labour
- হাড়-খৰাহিhāṛa-kharāhiAdjective
ক্ষীণ; শুকান; হাড়-ছাল
consisting of a bundle of bones; lean
- হাড়-ছালhāṛa-chālaAdjective
হাড় আৰু ছাল মাত্ৰ থকা; অতি ক্ষীণ
very lean; skinny
- হাড়-ছাল ওলোৱাhar-sal o`.lo`.waProper Adj.
খাদ্যৰ অভাবত অধিক ক্ষীণ হোৱা ৷
very thin especially from disease or hunger or cold.
- হাড়ত খোৱাha.rot kho`.waProper Adj.
বেছি মঙহ বা চৰ্ব্বী নথকা; শকত নোহোৱা
without much flesh or fat; not plump or fat
- হাড়ময়har.moyProper Adj.
having lots of or distinguisable bones
- হাড়ি মৰাAdjective
গুটীয়া মৰা।
- হাড়ে-হিমজুৱেha.re-hi.mo.ju.weProper Adj.
শাৰীৰিক আৰু মানসিক ভাৱে অৰ্থাৎ সম্পূৰ্ণৰূপে; যেনেঃ তেওঁ হাড়ে-হিমজুৱে অসমীয়া
both mentally and physically, i.e. fully
- হাৰলিhāraliNoun
মাধব বিহুত পুৰিবলৈ গোটোবা খৰিৰ দ'ম; মেজি
a stack of wood burnt at Māgha bihu, i.e., when the earth reaches the winter solstice
- হাৰামhārāmaAdjective
মুছলমান ধৰ্ম্ম অনুযায়ী অবৈধ বা অপবিত্ৰ।
- হাৰামখোৰAdjective
যি অপবিত্ৰ বস্ত্ত খায়।
- হাৰামীhārāmīAdjective
অসৎ; দুষ্ট
dishonest; wicked
- হাৰামৰ নেগুৰha.ra.mor ne.gurProper Adj.
অসৎ, দুষ্ট আৰ উদণ্ড স্বভাৱৰ |
Evil in principle or practice; deviating from morality; contrary to the moral or divine law; addicted to vice or sin; sinful; immoral; profligate.
- হাৰাশান্তিhārāśāntiAdjective
বৰ দুখ কষ্ট পোবা; হাইৰাণ; আধাসাৰি
harassed; exhausted; wearied
- হাৰি-জাৰিAdjective
বিশৱঙ্খল; গোলমলীয়া
full of confusion
- হাৰ্দিকhar.dikProper Adj.
হৃদয় বা অন্তৰৰ উম সহিত; অন্তৰৰ পৰা প্ৰকাশ কৰা।
warm-hearted; affectionate; cordial; jovial: a hearty welcome.