কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘৰ-গোনাAdjective
সদায় ঘৰত থকা; দেশ-বিদেশ নেদেখা; আন ঠাইলৈ নোযোবা; ঘৰ-চকা ঘৰচিৰিকা।
homesick; untravalled
- ঘৰ-বন্দীAdjective
গৱহ-কাৰ্য্যত আবদ্ধ।
- ঘৰ-মূলিghor-mu.liProper Adj.
Of every house or family. Usually used to say ঘৰ-মূলি ভাগ of প্রসাদ in নামঘৰ
- ঘৰ-মূলিয়াghor-mu.li.yaProper Adj.
Of every house or family. Usually used to say ঘৰ-মূলি ভাগ of প্রসাদ in নামঘৰ
- ঘৰ-মূৰিghor-mu.riProper Adj.
Of every house or family. Usually used to say ঘৰ-মূলি ভাগ of প্রসাদ in নামঘৰ
- ঘৰ-সংসাৰীghor-xong.xa.riProper Adj.
সংসাৰ পাতি পৰিয়ালৰ সৈতে থকা
living in a family life
- ঘৰগোনাghor.go’.naProper Adj.
ঘৰৰ পৰা বাহিৰত থাকিলে অনবৰতে ঘৰ আৰু পৰিয়ালৰ কথা চিন্তা কৰি থকা, অথবা সদায় ঘৰতে থাকিবলৈ ভাল পোৱা।
longing for home and family while absent from them or one, who does not like to go away from home.
- ঘৰচীয়াAdjective
ঘৰ লোবা; পোহনীয়া
tame; domesticated
- ঘৰমুবাAdjective
ঘৰৰ ফালে মুখ কৰা বা লোবা; ঘৰৰ ফাললৈ যোবা
facing or going towards one's home; homeward
- ঘৰমুৱাghor.mu.waVerbal Adj.
নিজ ঘৰৰ ফালে মুখ কৰা বা ঘৰ-অভিমুখে যোৱা
going or facing towards one's home
- ঘৰীয়াAdjective Adj.
ঘৰৰ লগত সম্পৰ্কিত
Related to a house
- ঘৰুবাgharubāAdjective
নিজৰ ঘৰৰ; আপোনাৰ মানুহ বা পৰিয়ালৰ ভিতৰত থকা বা হোবা
belonging to or produced in one's own house or family
- ঘৰুৱাgho.ru.waProper Adj.
ঘৰ-সংসাৰৰ সৈতে জড়িত
related to home or household
- ঘৰোবাহীAdjective
গৱহস্হী; ঘৰ আৰু পৰিয়াল লৈ থকা (মানুহ)
living in a family state
- ঘৰোৱাহীgho.ro`.wa.hiProper Adj.
গৃহস্থ সম্বন্ধীয়, অৰ্থাৎ ঘৰ এখনৰ সকলোৰে সম্পৰ্কিত
related to household, i.e. the people of a house collectively
- ঘৰ্মাক্তgharmāktaAdjective
ঘামেৰে তিতা; ঘাম লাগি জেকা হোবা
wet with perspiration
- ঘৰ্ম্মাক্তgharmmāktaAdjective
ঘামেৰে তিতা; ঘাম লাগি জেকা হোবা
wet with perspiration
- ঘৰ্ষিতAdjective
ঘঁহা; পিহা; মাৰ্জ্জিত
rubbed; ground
- ঘৱণাকৰAdjective
ঘিণ জন্মোবা; বেয়া লগোবা
hateful; loathsome
- ঘৱতাহুতিghawatāhutiNoun
ঘিউৰে দিয়া আহুতি; মন্ত্ৰ পঢ়ি হোমৰ জুইত ঘিউ দিয়া কাৰ্য্য
the act of pouring ghee into a sacrificial fire