← ফুৰি যাওক

ঘৰুবা

gharubā

অৰ্থ

1.

নিজৰ ঘৰৰ; আপোনাৰ মানুহ বা পৰিয়ালৰ ভিতৰত থকা বা হোবা

belonging to or produced in one's own house or family

বিণ.

2.

ঘৰত ৰাখিবৰ উপযুক্ত, গতিকে ভাল বিধৰ বা ভালকৈ সজা বা কৰা

of superior make or quality

বিণ.

3.

নিজৰ ঘৰত মাটি-বাৰী দি ৰখা বন্দী

a slave

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঘৰুবা · অসমীয়া অভিধান