← ফুৰি যাওক

ঘৰোবাহী

অৰ্থ

1.

গৱহস্হী; ঘৰ আৰু পৰিয়াল লৈ থকা (মানুহ)

living in a family state

বিণ.

2.

গৱহাশ্ৰম-সম্পৰ্কীয়; গৱহস্হালি-সম্বন্ধীয়

appertaining to a household; domestic

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ