← ফুৰি যাওক

ঘৱতাহুতি

ghawatāhuti

অৰ্থ

1.

ঘিউৰে দিয়া আহুতি; মন্ত্ৰ পঢ়ি হোমৰ জুইত ঘিউ দিয়া কাৰ্য্য

the act of pouring ghee into a sacrificial fire

বি.

2.

ঘিউ দিয়া জুইৰ দৰে জলা; অগ্নিময়; অতিশয় ৰাগান্বিত

very angry; fiery

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঘৱতাহুতি · অসমীয়া অভিধান