← ফুৰি যাওক

অৰ্ধবীক্ষণ

or.dho.bi.khyon

অৰ্থ

1.

পোনে পোনে নেচাই বেঁকাকৈ চকুৰ কোণৰ ফালে চোৱা দৃষ্টি |

A glance directed to the side; an oblique or sideways look

কৃদন্ত বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অৰ্ধবীক্ষণ · অসমীয়া অভিধান