← ফুৰি যাওক

তিৰ্যক দৃষ্টি

tir.jok dirs.ti

অৰ্থ

1.

পোনে পোনে নেচাই বেঁকাকৈ চকুৰ কোণৰ ফালে চোৱা দৃষ্টি |

A glance directed to the side; an oblique or sideways look

কৃদন্ত বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

তিৰ্যক দৃষ্টি · অসমীয়া অভিধান