জলতৰংগ
jo.lo.to.rong.go
অৰ্থ
1.
কোনো বৃহত্ জলাশয়ৰ পৃষ্ঠত উঠা বা ওপৰেৰে বাগৰি যোৱা পানীৰ ওফোন্দ
A ridge or swell moving through or along the surface of a large body of water
বস্তুবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
কেইবাটাও চীনা মাটিৰ বাটিত পানী ভৰাই বাটিৰ দাঁতিৰ দুয়োহাতে দুদাল মাৰিৰে আঘাট কৰি বজোৱা এবিধ ভাৰতীয় ঘাত বাদ্য৷
an Indian melodious percussion instrument which consists of a set of ceramic bowls tuned with water. The bowls are played by beating on the edge with two beaters one in each hand.
সংজ্ঞাবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ