← ফুৰি যাওক

লহৰী

lo.ho.ri

অৰ্থ

1.

কোনো বৃহত্ জলাশয়ৰ পৃষ্ঠত উঠা বা ওপৰেৰে বাগৰি যোৱা পানীৰ ওফোন্দ

A ridge or swell moving through or along the surface of a large body of water

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

পুৰুষে হাতত ধৰাধৰিকৈ নচা এক প্ৰকাৰৰ বিহু নাচ, লহৰীয়া, লহৰী ছাজেৰা৷

A dance form of Bihu where men hold hands of each other.

গুণবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

লহৰী · অসমীয়া অভিধান