← ফুৰি যাওক

ঊৰ্মিকা

ur.mi.ka

অৰ্থ

1.

কোনো বৃহত্ জলাশয়ৰ পৃষ্ঠত উঠা বা ওপৰেৰে বাগৰি যোৱা পানীৰ ওফোন্দ

A ridge or swell moving through or along the surface of a large body of water

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঊৰ্মিকা · অসমীয়া অভিধান