← ফুৰি যাওক

সুৰসুৰণি

xur.xu.ro.ni

অৰ্থ

1.

কাষলতিৰ তল বা গাৰ আন কোনো অংশত হাত ফুৰালে উঠা সুৰসুৰণি ৷

the sensation felt when tickled.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সুৰসুৰণি · অসমীয়া অভিধান