← ফুৰি যাওক

কুটকুটনি

kut.ku.to.ni

অৰ্থ

1.

অলপ-অলপকৈ টান বস্তু কামোৰাৰ শব্দ, গাৰ জোৰাত হোৱা কামোৰণী৷

the sound of gnawing, a painful biting sensation in the joints.

গুণবাচক বিশেষ্য

2.

কাষলতিৰ তল বা গাৰ আন কোনো অংশত হাত ফুৰালে উঠা সুৰসুৰণি ৷

the sensation felt when tickled.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ