← ফুৰি যাওক

জলজলীয়া

jol.jo.li.ya

অৰ্থ

2.

যাৰ মাজেদি পোহৰ পাৰ হ’ব পাৰে

through which light passes

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

3.

পোহৰ বা কোনো বিদ্যুৎ-চুম্বকীয় ৰশ্মী পাৰ হৈ যাব পৰা৷

quality of permitting the free passage of electromagnetic radiation and being clear and transparent

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

4.

কোনো এক ঘটনাক অত্যন্ত জীৱন্তভাৱে বৰ্ণোৱা

a clear picture of an incident

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ