ফটফটীয়া
phot.pho.ti.ya
অৰ্থ
1.
যাৰ মাজেদি পোহৰ পাৰ হ’ব পাৰে
through which light passes
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
2.
কোনো এক ঘটনাক অত্যন্ত জীৱন্তভাৱে বৰ্ণোৱা
a clear picture of an incident
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
3.
ভালকৈ দেখা পোৱা অৱস্থা৷
condition where things can be seen clearly
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ