← ফুৰি যাওক

স্বচ্ছতা

sos.so.ta

অৰ্থ

1.

পোহৰ বা কোনো বিদ্যুৎ-চুম্বকীয় ৰশ্মী পাৰ হৈ যাব পৰা৷

quality of permitting the free passage of electromagnetic radiation and being clear and transparent

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

স্বচ্ছতা · অসমীয়া অভিধান