← ফুৰি যাওক

সেৱা কৰ্

xe.wa kor

অৰ্থ

1.

গ্ৰাহকক কোনো মাচুলৰ বিনিময়ত কৰি কৰি দিয়া কাম

To provide goods and services for (customers)

সকৰ্মক ধাতু

2.

ভগৱান, দেৱতা বা আন পূজনীয় বস্তুত উদ্দেশ্যে প্ৰাৰ্থনা আওৰা

To utter or address a prayer or prayers to God, a god, or another object of worship

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

3.

ভক্তি দেখুৱাবলৈ মূৰ তল কৰি হাত-যোৰ কৰ্

to show respect with bowing head and folded hands

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সেৱা কৰ্ · অসমীয়া অভিধান