← ফুৰি যাওক

প্ৰাৰ্থনা কৰ্

prar.tho.na kor

অৰ্থ

1.

ভগৱান, দেৱতা বা আন পূজনীয় বস্তুত উদ্দেশ্যে প্ৰাৰ্থনা আওৰা

To utter or address a prayer or prayers to God, a god, or another object of worship

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

2.

পাবলৈ প্ৰাৰ্থনা কৰ্

to ask for as a gift, as charity, or as a favor

অকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

প্ৰাৰ্থনা কৰ্ · অসমীয়া অভিধান