← ফুৰি যাওক

প্ৰণাম কৰ্

pro.nam kor

অৰ্থ

1.

ভক্তি দেখুৱাবলৈ মূৰ তল কৰি হাত-যোৰ কৰ্

to show respect with bowing head and folded hands

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

প্ৰণাম কৰ্ · অসমীয়া অভিধান