কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভঁইৰাbham̐irāNoun
ভোমোৰা-গছ; তাৰ গুটি।
- ভঁজ্bham̐jNoun
বঠি; বিকৱত বা ক্ষীণ ৰূপ (নিন্দাত)
distorted or emaciated form
- ভঁৰালbham̐rālaNoun
ধান থোবা চাং-ঘৰ
a granary
- ভঁৰাল-ঘৰbho~.ral-ghorMaterial Noun
ভৱিষ্যত্ ব্যৱহাৰৰ বাবে সামগ্ৰী সংৰক্ষণ কৰা ঠাই।
a place where items are preserved for future use.
- ভঁৰালীbham̐rālīNoun
ভঁৰালত বস্ত্ত সামৰি ৰখা মানুহ; . আহোম ৰজাৰ দিনত ৰজাৰ ভঁৰালত কাম কৰা এটা চমুবা খেলৰ নাম।
a store-keeper
- ভংগbhong.goAbstract Noun
ভাঙি টুকুৰা-টুকুৰ কৰি বা অন্য উপায়ে ব্যৱহাৰৰ অনুপযোগী কৰি তোলা কাৰ্য্য।
the act of rendering useless by breaking into pieces or any other means.
- ভংগিbhong.giAbstract Noun
কোনো কথা বুজাবৰ নিমিত্তে অংগ লৰোৱাৰ ভাও, হাতৰ, মুখৰ বা চকুৰ ঠাৰ ।
a movement of part of body to express an idea or meaning.
- ভংগিমাbhong.gi.maAbstract Noun
কোনো কথা বুজাবৰ নিমিত্তে অংগ লৰোৱাৰ ভাও, হাতৰ, মুখৰ বা চকুৰ ঠাৰ ।
a movement of part of body to express an idea or meaning.
- ভংগীbhong.giAbstract Noun
কোনো কথা বুজাবৰ নিমিত্তে অংগ লৰোৱাৰ ভাও, হাতৰ, মুখৰ বা চকুৰ ঠাৰ ।
a movement of part of body to express an idea or meaning.
- ভংগুৰতাbhong.gu.ro.taAbstract Noun
কঠিন কিন্তু সহজে ভাঙি যোৱা; যেনেঃ কাচ|
Firm but easily broken.
- ভংলাMaterial Noun
a space where something or somebody supposed to be there is missing
- ভকতbhakataNoun
ঈশ্বৰৰ উপাসক
a votary or devotee of God
- ভকত-গাঁঠিNoun
ভকতৰ অপৰাধৰপৰা হোবা কোনো মানুহৰ দুৰ্গতি বা বিপাক
embarassment caused to one by offending a Bhakat
- ভকত-সেবাNoun
ভকতক খুবাই তেওঁলোকৰ দ্বাৰায় নামকীৰ্ত্তন কৰোবা কাৰ্য্য
a feast given to Bhakats
- ভকতালিNoun
ভকতৰ আচৰণ, গুণ বা স্বভাব
the conduct or the practice of a devotee
- ভকতিbhakatiNoun
ঈশ্বৰ, দেবতা বা গুৰুজনক পূজা বা শ্ৰদ্ধা কৰা কাৰ্য্য
devotion; worship
- ভকতীয়া বান্ধNoun
কোনো কথাত মান্তি হবলৈ সাধু বা কোমল কথাৰে হেঁচি ধৰা কাৰ্য্য
the act of pressing a man hard for a thing with soft and gentle words
- ভকভকনিbhok.bho.ko.niAbstract Noun
জুয়ে পোৰাৰ বাবে হোৱা বেদনা বা জ্বলন অনুভূতি
the burning sensation; feeling or sensation due to burn injury
- ভকা-কপাহbhakā-kapāhaNoun
বেছি বগা আৰু দীঘল জোলাৰে কপাহ
cotton containing long fibres
- ভকা-পুঠিbhakā-puṭhiNoun
ডাঙৰ পুঠি মাছ।