← ফুৰি যাওক

ভংগিমা

bhong.gi.ma

অৰ্থ

1.

কোনো কথা বুজাবৰ নিমিত্তে অংগ লৰোৱাৰ ভাও, হাতৰ, মুখৰ বা চকুৰ ঠাৰ ।

a movement of part of body to express an idea or meaning.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভংগিমা · অসমীয়া অভিধান