ভকত
bhakata
অৰ্থ
1.
ঈশ্বৰৰ উপাসক
a votary or devotee of God
বি.
2.
কোনো সত্ত্ৰত গোসাঁইৰ আশ্ৰয়ত থকা লোক; . b >3/b>। কোনো বস্ত্তত বৰকৈ আসক্ত বা ৰত হোবা মানুহ; যেনে-"কানিৰ ভকত"
a disciple of a Goasāin living in a sattra ; a man addicted to a particular thing
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ