কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঊ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঊūNoun
অসমীয়া বৰ্ণমালাৰ ষষ্ঠ আখৰ; ব্যঞ্জন বৰ্ণেৰে সৈতে যুক্ত হ'লে ইয়াৰ আকৱতি ূ (=ঊকাৰ) এনে হয়; . [লেখোঁতে ঊ বৰ্ণ ব্যবহাৰ কৰিলেও এই বৰ্ণৰ উচ্চাৰণ কথিত ভাষাত প্ৰায় নাই বুলিলেও হয়। সংস্কৱতৰ অনুকৰণত বা ছন্দৰ প্ৰয়োজনত কেতিয়াবা শব্দৰ আদিত থকা ঊৰ দীৰ্ঘ উচ্চাৰণ হয়]
the sixth letter of the Assamese alphabet
- ঊণūṇaNoun
জন্ত্তৰ নোমৰপৰা হোবা সূতা
wool
- ঊণহাৰun.harAbstract Noun
কোনো ষ্টকৰ অভিহিত মূল্যত কৰা হ্ৰাস
any deduction from the nominal value of a stock
- ঊণীNoun
ঊণ সূতাৰে কৰা
made of wool
- ঊদা-মূধাūdā-mūdhāNoun
আগ-গুৰি; আগ-গাছ; তল-ওপৰ; সকলো ফাল; সকলো কথাৰ বিবেচনা
all particulars; everything bearing on a subject; pros and cons
- ঊদ্ফাইūdphāiNoun
ঊৰ্দ্ধ-শ্বাস; কফ বৱদ্ধি হৈ নিশ্বাস লোবাত কষ্ট দিয়া ৰোগ; ঘুমুৰ ৰোগ
asthma
- ঊধস্যu.dho.syoMaterial Noun
স্তনৰ পৰা নিৰ্গত পুষ্টিকৰ জুলীয়া পদাৰ্থ।
nourishing fluid secreted by mammary gland.
- ঊধ্-মূধ্ūdh-mūdhNoun
আগ-গুৰি; আগ-গাছ; তল-ওপৰ; সকলো ফাল; সকলো কথাৰ বিবেচনা
all particulars; everything bearing on a subject; pros and cons
- ঊনকোটিun.ko`.tiProper Noun
এক কোটিতকৈ এক কম৷
One short of one crore.
- ঊনচত্বাবিংশu.no.so.twa.bing.xoProper Noun
ত্ৰিশতকৈ ন বেছি ৷
nine more than thirty; the symbol denoting 39. (৩৯ in Assamese)
- ঊনচত্বাবিংশত্তমu.no.so.twa.bing.xot.tomProper Noun
ত্ৰিশতকৈ ন বেছি ৷
nine more than thirty; the symbol denoting 39. (৩৯ in Assamese)
- ঊনচল্লিশun.sol.lisProper Noun
ত্ৰিশতকৈ ন বেছি ৷
nine more than thirty; the symbol denoting 39. (৩৯ in Assamese)
- ঊনচল্লিশ্ūnacalliśNoun
এক কম দুকুৰি; দুকুৰিৰ এক কম
thirty-nine
- ঊনত্ৰিংশun.trisAbstract Noun
বিছতকৈ ন বেছি৷
nine more than twenty,the symbol denoting 29.(২৯ in Assamese)
- ঊনত্ৰিংশত্তমun.tri.xo.tomAbstract Noun
বিছতকৈ ন বেছি৷
nine more than twenty,the symbol denoting 29.(২৯ in Assamese)
- ঊনত্ৰিছūnatrichaNoun
ডেৰ কুৰিৰ এক কম
twenty-nine
- ঊননবৈu.no.no.boiAbstract Noun
আশীতকৈ ন বেছি ৷
nine more than eighty; the symbol denoting 89. (৮৯ in Assamese)
- ঊননৱতিতমu.no.no.wo.ti.tomAbstract Noun
আশীতকৈ ন বেছি ৷
nine more than eighty; the symbol denoting 89. (৮৯ in Assamese)
- ঊনপঞ্চাছūnapañcāchaNoun
দুকুৰি ন; এক কম আঢ়ৈ কুৰি
forty-nine
- ঊনপঞ্চাশūnapañcāśaNoun
দুকুৰি ন; এক কম আঢ়ৈ কুৰি
forty-nine