ঊনকোটি
un.ko`.ti
অৰ্থ
1.
এক কোটিতকৈ এক কম৷
One short of one crore.
সংজ্ঞাবাচক বিশেষ্য
2.
ত্ৰিপুৰাৰ অন্যতম পৰ্যটন কেন্দ্ৰ হল শৈব তীৰ্থ ঊনকোটি৷ এই পৰ্যটন কেন্দ্ৰটি পুৰণা উত্তৰ ত্ৰিপুৰা জিলাৰ, বৰ্তমান ঊনকোটি জিলাৰ ) কৈলাচহৰত অবস্থিত৷
Unakoti hill, literally meaning, one less a kuti, hosts an ancient Shaivite place of worship with huge rock reliefs celebrating Shiva. It is the prime tourist spot of Unakoti Tripura District in the Kailashahar Subdivision in the North-eastern Indian state of Tripura.
সংজ্ঞাবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ