← ফুৰি যাওক

ঊ

ū

অৰ্থ

1.

অসমীয়া বৰ্ণমালাৰ ষষ্ঠ আখৰ; ব্যঞ্জন বৰ্ণেৰে সৈতে যুক্ত হ'লে ইয়াৰ আকৱতি ূ (=ঊকাৰ) এনে হয়; . [লেখোঁতে ঊ বৰ্ণ ব্যবহাৰ কৰিলেও এই বৰ্ণৰ উচ্চাৰণ কথিত ভাষাত প্ৰায় নাই বুলিলেও হয়। সংস্কৱতৰ অনুকৰণত বা ছন্দৰ প্ৰয়োজনত কেতিয়াবা শব্দৰ আদিত থকা ঊৰ দীৰ্ঘ উচ্চাৰণ হয়]

the sixth letter of the Assamese alphabet

বি.

2.

আঁতৰত থকা মানুহক মতা, বা আঁতৰত থকা মানুহে তাৰ উত্তৰ দিয়া মাত

a word used in calling or replying to a person at a distance

বি.

3.

ঈষৎ আচৰিত বা উপেক্ষা ভাব প্ৰকাশ কৰা মাত; যেনে-"ঊ, বৰ কথাটো কৈছা"

an expression of slight surprise or contempt

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ