কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ম-ময়াma-maẏāIntransitive verb
মল্মলা; সুগন্ধ ওলাই থাক্।
- ম`লতাProper Adj.
ধূলি-মাকতি বা অদৰকাৰী বস্তুৰে পৰিপূৰ্ণ বা আৱৰি থকা।
soiled with dirt; filled with unwanted materials.
- মংগলকাৰকmong.gol.ka.rokProper Adj.
ভাল খবৰ-বাতৰি বা কোনো শুভলক্ষণৰ প্ৰতীকস্বৰূপ৷
Auguring favourable circumstances and good luck.
- মংগলজনকmong.gol.jo.nokProper Adj.
সহায় কৰা বা কৰিবলৈ প্ৰস্তুত হোৱা৷
giving or ready to give help voluntarily.
- মংগলদায়কAdjective Adj.
a situation which is encouraging or approving or pleasing
- মংগলবৰীয়াmong.gol.bo.ri.yaAdjective Adj.
কেৱল মংগলবাৰে হোৱা বা ওলোৱা ৷ যেনেঃ মংগলবৰীয়া বজাৰ/ আলোচনী৷
something that happens or occurs only on Tusedays.
- মংগলময়mong.gol.moyProper Adj.
ভাল খবৰ-বাতৰি বা কোনো শুভলক্ষণৰ প্ৰতীকস্বৰূপ৷
Auguring favourable circumstances and good luck.
- মইবৰmaibaraAdjective; Noun
কেবস নিজকে ডাঙৰ বা শুদ্ধ বুলি ভাবে; দাম্ভিক; অহংকাৰী
proud
- মইমতmaimataAdjective
নিজ ইচ্ছাৰে চলা; আনৰ কথা নুশুনা; দাম্ভিক; . মইমতীয়া।
self-willed; proud
- মইমতীয়াmoi.mo.ti.yaProper Adj.
নিজৰ সম্পৰ্কে এক অত্যন্ত উচ্চ অভিমত ৰখা।
having an excessively high opinion of oneself.
- মকুবাmakubāNoun
ভেঁটৰ চোপ; ভেঁটগুটিৰ ভঁৰাল
a seed-vessel of the water lily
- মকৰলmakaralaAdjective
নিযুক্ত; নিয়োজিত
appointed
- মকৰলীAdjective
নিযুক্ত কৰা হৈ যোবা; ভৰ্ত্তি হৈ যোবা
already appointed
- মকৰৰmakararaAdjective
নিযুক্ত; নিয়োজিত
appointed
- মগলৌmo.go.louProper Adj.
Pertaining to or belong to the Indian province of Manipur
- মগৰমূৰীAdjective
মূৰ বা আগটো মগৰৰ মূৰৰ নিচিনা হোবা; যেনে-মগৰমূৰী জোম-বিৰি
adorned with the figure head of an alligator
- মঘুবাmaghubāAdjective
মাঘ-মাহ সম্বন্ধীয়; মাঘত ওপজা বা মাঘত উৎপন্ন হোবা
relating to or born or produced in Māgha
- মঘুৱাmo.ghu.waProper Adj.
মাঘ মাহত ওপজা বা উৎপন্ন হোৱা।
born or produced in the month of Magh.
- মঙহালAdjective
মঙহ থকা; নোদোকা
fleshy; stout
- মঙ্গ(-ঙ)লবৰীয়াmaṅga(-ṅa)labarīẏāAdjective
মঙলবাৰে ওপজা বা হোবা
born or occurring on Tuesday