মঘুবা
maghubā
অৰ্থ
1.
মাঘ-মাহ সম্বন্ধীয়; মাঘত ওপজা বা মাঘত উৎপন্ন হোবা
relating to or born or produced in Māgha
বিণ.
2.
কলডিলৰ বৌখা
the sheath or calix of the spadiac of the plantain tree
বি.
3.
পটুবা; কলগছৰ ঢাকনি
the sheath of a plantain tree
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ