কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ত’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- তʼউলাProper Adj.
দৰ্শন কৰা বা আৱিষ্কাৰ কৰাত বাধা থকা।
prevented from being seen or discovered.
- তকম্বৰিtakambariAdjective
ধন-সম্পত্তি ঢুকাই দৰিদ্ৰ হোবা
reduced to poverty
- তকলৌProper Adj.
মূৰত চুলি নথকা।
without hair especially on the head.
- তঙলুবাtaṅalubāAdjective
"তমলুবা" চোবাঁ।
- তঙ্কাৰীAdjective
বৰকথীয়া; অহঙ্কাৰী
blustering; boastful
- তচ-নচtaca-nacaAdjective
তল-ওপৰ; বিশৱঙ্খল; খেলিমেলি
disordered
- তজবজীয়াtoj.bo.jiyaProper Adj.
অতি উচ্চ মানসিক ক্ষমতাৰ অধিকাৰী
having a superior mind; having ability to resolve issues quickly.
- তজ্জনিতtajjanitaAdjective
তাৰপৰা উৎপাদিত।
- তজ্জাতtajjātaAdjective
তাৰপৰা উৎপন্ন।
- তটস্থto.tos.thoProper Adj.
সমুদ্ৰৰ কাষৰীয়া, সমুদ্ৰতীৰৰ সীমা সম্বন্ধীয়৷
of the coast, bordering on, or located near a coast.
- তটস্হtaṭashaAdjective
পাৰত থকা; উদাসীন; নিৰ্লিপ্ত (দৰ্শন) [ই ভগবানৰ জগত্-সৱষ্টি-ৰূপ বাহ্য লক্ষণ।]।
- ততtataPronoun; Noun
সেই পৰিমাণ; সিমান
that much
- তত-নাইকিয়াtot-nai.ki.yaProper Adj.
Perplexed by many conflicting situations or statements; filled with bewilderment.
- ততকtatakaPronoun; Noun
সেই পৰিমাণ; সিমান
that much
- ততোধিকtatodhikaAdjective
তাতকৈ বা সেইবিলাকতকৈ অধিক বা ডাঙৰ
more or greater than that or those
- ততোবালtatobālaAdjective
সাবধান; বিতত নোহোবা
careful; cautious
- ততোৱালto.to`.walProper Adj.
সদায় সম্ভাৱ্য বিপদ সম্পৰ্কে সচেতন
always mindful of possible trouble
- তত্কালিকtatkālikaAdjective
সেই সময়ৰ; সমসাময়িক।
- তত্কালীনAdjective
সেই সময়ৰ।
- তত্কালীনtatkālīnaAdjective
সেই সময়ৰ; সমসাময়িক।