← ফুৰি যাওক

তকম্বৰি

takambari

অৰ্থ

1.

ধন-সম্পত্তি ঢুকাই দৰিদ্ৰ হোবা

reduced to poverty

বিণ.

সমাৰ্থক শব্দ

2.

হাবি বা বন আদি নথকা; টকলা

bare; devoid of jungle or trees

বিণ.

সমাৰ্থক শব্দ

3.

ধন- সম্পত্তি হেৰুবাই দুখীয়া হোবা মানুহ

one reduced to poverty

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

তকম্বৰি · অসমীয়া অভিধান