← ফুৰি যাওক

তত

tata

অৰ্থ

1.

সেই পৰিমাণ; সিমান

that much

সৰ্ব্ব. বি.

সমাৰ্থক শব্দ

2.

সিমান

that much

সৰ্ব্ব. বিণ.

সমাৰ্থক শব্দ

3.

জ্ঞান; চেতনা

consciousness; sense

বি.

4.

স্হিৰতা; ধৈৰ্য্য

patience

বি.

5.

সাবধানতা

care

বি.

6.

মৰ্ম্মস্হান; যেনে-"ততত মাৰিলে মানুহ ততালিকে মৰে"

delicate or sensitive part

বি.

7.

অভাবৰ দুৰ্ব্বলতা; যেনে-"ততত ধৰিলে সকলোবে বেয়া পায়"

weak point in character

বি.

8.

সম্ভেদ; ভু; তত্ত্ব

purport; truth; pith of a matter

বি.

9.

অবসৰ; আজৰি; বিশ্ৰাম

rest; leisure

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

তত · অসমীয়া অভিধান