কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- স্তূপীকৃতstu.pi.kri.toVerbal Adj.
যাক দ’ম কৰি থোৱা হৈছে
arranged as a heap or stack
- স্তোকstokaAdjective
অলপ; সামান্য
a little
- স্ত্ৰী-জিতAdjective
তিৰোতা-সেৰুবা; তিৰোতাৰ অধীন
henpecked
- স্ত্ৰী-পৰায়ণAdjective
নিজৰ স্ত্ৰীলৈ আসক্তি থকা
devoted to one's wife
- স্ত্ৰী-সুলভAdjective
তিৰোতাৰ স্বভাবজাত
natural or usual with a woman
- স্ত্ৰীজনোচিতstri.jo.no`.sitProper Adj.
নাৰীৰ বৈশিষ্ট্যপূৰ্ণ গুণ থকা
having womenly qualities
- স্ত্ৰীসুলভstri.xu.lobhProper Adj.
নাৰীৰ বৈশিষ্ট্যপূৰ্ণ গুণ থকা
having womenly qualities
- স্ত্ৰৈণstraiṇaAdjective
মাইকীৰ গুণ-যুক্ত; তিৰী প্ৰকৱতিৰ
feminine; effiminate
- স্তৰিতsto.ritProper Adj.
অনেক তৰপ থকা ৷
having several layers or folds.
- স্তৰীভূতsto.ri.bhu.toVerbal Adj.
তৰপ বা স্তৰ ৰূপে সজোৱা
arranged in the form of layers or strata
- স্থগিতstho.gi.toProper Adj.
সাময়িকভাৱে বন্ধ অথবা অচল ৰখা |
Temporarily kept inactive, stopped, or suspended.
- স্থবিৰstho.birProper Adj.
একে ঠাইতে থকা বস্তু, যি লৰচৰ নকৰে বা সলনি নহয়
sth staying in the same place; not moving or changing
- স্থলচৰstho.lo.sorProper Adj.
পৃথিৱী সম্পৰ্কীয়।
Of or relating to the earth or its living things.
- স্থলজstho.lojProper Adj.
পৃথিৱী সম্পৰ্কীয়।
Of or relating to the earth or its living things.
- স্থানভিত্তিকProper Adj.
স্থানৰ সৈতে জড়িত৷
relating to space.
- স্থানান্তৰিতstha.nan.to.ritVerbal Adj.
যাক এখন ঠাইৰ পৰা আন এখন ঠাইলৈ লৈ যোৱা বা আঁতৰোৱা হৈছে।
which has been conveyed or removed from one place to the other.
- স্থানীয়stha.ni.yoProper Adj.
কোনো এক বিশেষ ঠাইৰ লগত জড়িত অথবা সেই ঠাইৰ ৷
Of, relating to, or characteristic of a particular place
- স্থানুstha.nuProper Adj.
একে ঠাইতে থকা বস্তু, যি লৰচৰ নকৰে বা সলনি নহয়
sth staying in the same place; not moving or changing
- স্থাপিতstha.pitProper Adj.
যিটো স্থাপন অথবা গ্ৰহণ কৰা হৈছে ৷
Brought about or set up or accepted.
- স্থায়ীstha.yiProper Adj.
সময়, উত্তাপ, বতৰ, চাপ আদিৰ ক্ষেত্ৰত ধৰণ, মূল্য বা পৰিসৰ সলনি নোহোৱা
Unchanging in nature, value, or extent with respect to any parameter like time, temperature, weather, pressure etc