স্থানীয়
stha.ni.yo
অৰ্থ
1.
কোনো এক বিশেষ ঠাইৰ লগত জড়িত অথবা সেই ঠাইৰ ৷
Of, relating to, or characteristic of a particular place
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
2.
People of a particular place who or whose ancestors are the original inhabitants of that place
জাতিবাচক বিশেষ্য
সমাৰ্থক শব্দ
3.
স্থান দিব বা পাবৰ যোগ্য, যেনেঃ মাতৃস্থানীয়
fit to be regarded as or placed as
বিভক্তি
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ