কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কৱমিঘ্নkawamighnaAdjective
পোক বা কৱমি মৰা বা নাশ কৰা (ঔষধ, বস্ত্ত)
anthelminitic; worm-destroying
- কৱশkawaśaAdjective
খীণ; দুৰ্ব্বল
thin; weak; emaciated
- কৱশাঙ্গীkawaśāṅgīAdjective
লাহী গা থকা; সৰু হাত-ভৰি কঁকাল আদি থকা
slender-bodied
- কৱষ্টkawaṣṭaAdjective
আকৱষ্ট; ; টানি লৈ যোবা; ; খেতি কৰা
atracted ; drawn ; ploughed
- কৱষ্ণkawaṣṇaNoun
মথুৰাত বসুদেবৰপৰা দৈবকীৰ গৰ্ভত হোবা কৱষ্ণ অবতাৰ; বৈষ্ণবৰ ইষ্টদেবতা
Kṛṣṇa, the God incarnate and the son of Vasudeva and Daivakī of Mathurā
- কৱষ্ণময়kawaṣṇamaẏaAdjective
চাৰিওপিনে কৱষ্ণৰ মূৰ্ত্তি দেখা
seeing the figure of Kṛṣṇa on all sides
- ক’লাko’’.laAdjective Adj.
বৰণ আৰু উজ্জ্বলতা বিহীন; কোনো ৰশ্মি প্ৰতিফলিত নকৰি সকলো ৰশ্মি শোষণ কৰা
lacking hue and brightness; absorbing light without reflecting any of the rays composing it
- ক’লা-চানেকীয়াko``.la-sa.ne.ki.yaProper Adj.
অলপ ক’লা বৰণৰ
somewhat black
- ক’লাম’লাko``.la.mo``.laProper Adj.
ধূলি-মাকতি বা অদৰকাৰী বস্তুৰে পৰিপূৰ্ণ বা আৱৰি থকা।
soiled with dirt; filled with unwanted materials.