কৱশ
kawaśa
অৰ্থ
1.
খীণ; দুৰ্ব্বল
thin; weak; emaciated
বিণ.
2.
সৰু; যেনে-"হালে কৱশ কঙ্কাল গুনৰো বস্ত্ৰ লড়ে" (কীৰ্ত্তন)
slender
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
kawaśa
খীণ; দুৰ্ব্বল
thin; weak; emaciated
বিণ.
সৰু; যেনে-"হালে কৱশ কঙ্কাল গুনৰো বস্ত্ৰ লড়ে" (কীৰ্ত্তন)
slender
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ