← ফুৰি যাওক

কৱষ্ণ

kawaṣṇa

অৰ্থ

1.

মথুৰাত বসুদেবৰপৰা দৈবকীৰ গৰ্ভত হোবা কৱষ্ণ অবতাৰ; বৈষ্ণবৰ ইষ্টদেবতা

Kṛṣṇa, the God incarnate and the son of Vasudeva and Daivakī of Mathurā

বি.

2.

ক'লা বৰণ

the black colour

বি.

3.

অৰ্জ্জুনৰ এটা নাম; যেনে-"উত্তম সুন্দৰ বৰ্ণ দেখি মোৰ শ্যাম। কৌতুকে পিতৱয়ে মোক দিলে কৱষ্ণ নাম" (বিৰাটপৰ্ব্ব)

বি.

4.

ক'লা

black

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কৱষ্ণ · অসমীয়া অভিধান