কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হৱত্কম্পhawatkampaNoun
বুকুৰ কঁপনি।
- হৱদিhawadiNoun
হৱদয়ত
at heart
- হৱদ্পিণ্ডhawadpiṇḍaNoun
কলিজা
heart
- হৱদ্বোধhawadbodhaNoun
স্পষ্ট-জ্ঞান; ভালকৈ বুজা অবস্হা
a clear conception or understanding
- হৱদ্যhawadyaNoun
মনোমত; প্ৰণয়ী
beloved; dear
- হৱদ্যতাNoun
বন্ধুতা; প্ৰণয়
friendship; intimacy
- হৱদয়hawadaẏaNoun
বুকু; হিয়া
the heart; breast; chest; bosom
- হৱনho.wonAbstract Noun
অগ্নি বা জুইৰ দেৱতাক উপাসনা কৰা আৰু আহুতি দিয়াৰ হিন্দু প্ৰথা।
The Hindu ritual of praying and offering to the Agni or The Fire God.
- হৱষীকেশhawaṣīkeśaNoun
ইন্দ্ৰিয়-সমূহৰ গৰাকী; বিষ্ণু; ভগবান
Visnu
- হৱিho.biMaterial Noun
মাখনৰদৰে এবিধ দুগ্ধজাত সামগ্ৰী| ভাৰতকে ধৰি দক্ষিণ এছিয়াৰ কেইবাখনো দেশত ৰন্ধন সামগ্ৰী ৰূপে ব্যৱহাৰ হয়| ভাৰতত হিন্দুধৰ্মীলোকে পূজা-পাতলতো ব্যৱহাৰ কৰে|
a milk product, a clarified butter without any solid milk particles or water. Used for cooking in India and some other South Asian countries.
- হৱিষ্যho.bis.syoMaterial Noun
আৰৈ চাউলৰ ভাত আৰু ঘিউৰে কৰা সাত্বিক আহাৰ
a meal of boiled sunned rice and ghee. Usually taken by Hindus when a closed relative dies.
- হৱিষ্যান্নho.bis.son.noMaterial Noun
আৰৈ চাউলৰ ভাত আৰু ঘিউৰে কৰা সাত্বিক আহাৰ
a meal of boiled sunned rice and ghee. Usually taken by Hindus when a closed relative dies.
- হৱৎপিণ্ডhawatpiṇḍaNoun
কলিজা
heart
- হ’মিঅ’পেথিho.mio’’.pe.thiAbstract Noun
কোনো ৰোগত আক্ৰান্ত লোকৰ শৰীৰত অতি কম পৰিমাণে সেই ৰোগৰ বীজানু সুমুৱাই ৰোগ নিৰাময় কৰা এবিধ চিকিৎসা পদ্ধতি৷
a system of treating disease by using on the patient a very small amount of the substance that causes the disease.