← ফুৰি যাওক

হৱিষ্য

ho.bis.syo

অৰ্থ

1.

আৰৈ চাউলৰ ভাত আৰু ঘিউৰে কৰা সাত্বিক আহাৰ

a meal of boiled sunned rice and ghee. Usually taken by Hindus when a closed relative dies.

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হৱিষ্য · অসমীয়া অভিধান