কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কাকতিkākatiNoun
চিঠি-পত্ৰ বা হিছাপ-কিতাপ লিখোঁতা, লেখাই যাৰ কাম
a writer; a clerk; a professional writer
- কাকতীkākatīNoun
চিঠি-পত্ৰ বা হিছাপ-কিতাপ লিখোঁতা, লেখাই যাৰ কাম
a writer; a clerk; a professional writer
- কাকতী-ফৰিংkākatī-pharimNoun
এবিধ ডাঙৰ ফৰিং [ই কেতিয়াবা জাক পাতি আহি মানুহৰ শস্য নষ্ট কৰে।]
a species of locust
- কাকপথাৰka.ko.po.tharProper Noun
তিনিচুকীয়া জিলাৰ এখন ঠাই৷
Name of a place in Tinchukia district
- কাকপুচ্ছkak.pus.soCommon Noun
a member of the cuckoo order of birds, the Cuculiformes, which also includes such birds as the roadrunners, the anis, and couas. It is found from southern Asia, China, and into Australia. Like many cuckoos, it lays its eggs in other birds' nests.
- কাকপুষ্টkak.pus.toCommon Noun
a member of the cuckoo order of birds, the Cuculiformes, which also includes such birds as the roadrunners, the anis, and couas. It is found from southern Asia, China, and into Australia. Like many cuckoos, it lays its eggs in other birds' nests.
- কাকবন্ধ্যাka.ko.bon.dhyaCommon Noun
এবাৰ প্ৰসব কৰি বাঁজী হোৱা তিৰোতা৷
a woman becoming barren after the first child- birth.
- কাকবৱত্তিkākabawattiNoun
এজন মুনিৰ নাম [লগত লৈ ফুৰা কাউৰী এজনীৰ সহায়ত এওঁ মানুহৰ ভাল-বেয়া ভূত-ভবিষ্যত আদি গণিব পাৰিছিল।]।
- কাকলিkākaliNoun
মৱদু আৰু মধুৰ শব্দ; কলম্বৰ।
- কাকহাঁহkak.ha~hCommon Noun
পানীত বুৰ মাৰি মাছ ধৰা এবিধ কাউৰীৰ দৰে ক’লা চৰাই | দেহৰ বৰণ ক’লা আৰু ডিঙিটো সাপৰ দৰে দীঘল হয় |
The darters or snake-birds are birds in the family Anhingidae. There are four living species, one of which is near-threatened. The darters are frequently referred to as snake-birds because of their long thin neck, which gives a snake-like appearance when they swim with their bodies submerged.
- কাকুkākuNoun
মিনতি; কাকূতি; যেনে-"কাকু কহিয়ে তুবা চৰণহি লাগোঁ" (ভটিমা)।
- কাকুবাদkākubādaNoun
কাতৰ বচন; কাকূতি; ভয় বা বেজাৰত কৰা মিনতি; কাউবাউ
humble entreaties or supplication
- কাকুমkākumaNoun
সোণাৰিয়ে ব্যবহাৰ কৰা এবিধ সঁজুলি
a kind of tool used by a goldsmith
- কাকুৎস্হkākutshaNoun
সূৰ্য্যবংশীয় দিলীপ ৰজাৰ বংশৰ শ্ৰীৰামচন্দ্ৰ প্ৰভৱতি ৰজাবিলাকৰ উপাধি
an epithet of the solar kings
- কাকূতিkākūtiNoun
অতি কাতৰ বচন; কাউবাউ; মিনতি; কাবৌ
earnest and humble supplications
- কাকূতি-মিনতিka.ku.ti-mi.no.tiAbstract Noun
অতি আগ্ৰহেৰে বা ব্যাকুলতাৰে কোনো বস্তু খোজা কাৰ্য্য।
The act of asking for something in an anxious way.
- কাকেkākeNoun
কাঁকৈ; ফণি; যেনে-"সুবৰ্ণৰ কাকে দিয়া আচুৰিলা চুল" (পদ্মাপুৰাণ)
a comb
- কাকৈka.koiMaterial Noun
চুলি সমানকৈ ৰাখিবলৈ ব্যৱহাৰ কৰা এক যতন৷
a flat device with narrow pointed teeth on one edge; disentangles or arranges hair
- কাকৈঢোৰাka.koi.dho`.raCommon Noun
জলাহ অঞ্চলত বাস কৰা এবিধ ডাঙৰ চৰাই৷
Painted stork is a tropical species, belonging to the stork family of Ciconiidae. The bird is found in the Asian continent, covering the area from India and Sri Lanka to Southeast Asia. They are resident birds and are found in Indian lowland wetlands, with trees. The Painted stork of India is a tall and slim bird, which grows to a height of 95 to 100 cm. The bird is mostly white in color, with the exception of its wings and chest feathers that have black and white markings. The color of the lower back, along with the legs, is light pink. The head of the Painted storks is only partly covered with feathers and is orange in color.
- কাকৈফনিka.koi.pho.niCommon Noun
মাছৰোকা গোত্ৰৰ সৈতে সম্বন্ধ থকা এবিধ চৰাই।
A bird related to the kingfisher family