কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বেঁকাbem̐kāAdjective
কেঁকোৰা; ভাঁজ থকা; মেচা; পোন নোহোবা; . বিণ. b >বেঁকা-বেঁকি/b> কেঁকোৰা-কেঁকুৰি; বহু ঠাইত বেঁকা; বৰ ভঁজীয়া
not straight; bent; crooked ; having many-bends or curves; zigzag
- বেঁকাবেঁকিbe~.ka.be~.kiProper Adj.
নিৰ্দ্দিষ্ট সৰল ৰেখা বা পথৰ পৰা আঁতৰি যোৱা।
diverging from a given straight line or course.
- বেঁকোৰা- বেঁকুৰিAdjective
কেঁকোৰা-কেঁকুৰি; বৰকৈ বেঁকা-বেঁকি
crooked at several places; zigzag
- বেংকাProper Adj.
নিৰ্দ্দিষ্ট সৰল ৰেখা বা পথৰ পৰা আঁতৰি যোৱা।
diverging from a given straight line or course.
- বেংকুৰাProper Adj.
ইংৰাজী W বা M আখৰটোৰ আকৃতিৰ, চিধা নোহোৱা কোনো ৰেখা, বাট বা আৰ্হি| পাহাৰীয়া পথৰ দৰে
A line, road or pattern which makes alternate repeated sharp turns, loooks like a series of the English letter W or M as it bends to the left and then to the right again
- বেইতাbeitāAdjective
বিয়া কৰা (ভাৰ্য্যা বা স্বামী)
married or wedded
- বেইমানAdjective
বিশ্বাসঘাতক।
- বেকছুৰbe.ko.surProper Adj.
দোষ/ভুল-ত্ৰুটি নথকা; দোষী সাব্যস্ত কৰিব নোৱাৰা|
Free of guilt or fault; not subject to blame.
- বেকতbekataAdjective
বিদিত; প্ৰকাশিত; দেখুওবা
made known; revealed
- বেকাৰbekāraAdjective
নিবনুবা
unemployed
- বেকেটাbekeṭāAdjective
ভেঙুৰা; বেঁকা
distorted (said of the face)
- বেক্তbektaAdjective
ব্যক্ত
evident; distinct
- বেগবন্তbegabantaAdjective
শীঘ্ৰে যোবা; বেগ থকা; বেগাল
swift
- বেগবানbegabānaAdjective
শীঘ্ৰে যোবা; বেগ থকা; বেগাল
swift
- বেগালbegālaAdjective
বেগ থকা; বেগবান
swift; fast
- বেগীbegīAdjective
বেগাল।
- বেগৱন্তbe.go.won.toProper Adj.
কম সময়তে বা মুহূৰ্ত্ততে কৰা; অতি বেগাই কৰা, চলা।
sth done or carried out in short time or immediately; acting, moving in high speed.
- বেগৱানbe.go.banProper Adj.
কম সময়তে বা মুহূৰ্ত্ততে কৰা; অতি বেগাই কৰা, চলা।
sth done or carried out in short time or immediately; acting, moving in high speed.
- বেঙাbeṅāAdjective
ফুটাই কথা ক'ব নোবৰা; লেবা
not able to speak distincly; tongue-tacked
- বেঙীAdjective
স্বাভাবিক জ্ঞানশূন্য; মূৰ্খ
idiotic