বেঙা
beṅā
অৰ্থ
1.
ফুটাই কথা ক'ব নোবৰা; লেবা
not able to speak distincly; tongue-tacked
বিণ.
2.
ফুটাই কথা ক'ব নোবৰা পুৰুষ
a tongue-tied person
বি.
3.
দীঘলকৈ ভৰি মেলি কঢ়া খোজ
a long stride
বি.
4.
কোনো আঁৰৰ ওপৰেদি বস্ত্ত চাবলৈ বা ওখত থকা বস্ত্ত ধৰিবলৈ ভৰিৰ আঙুলিত ভৰ দি থিয় হোবা
standing on tip- toe
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ