কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিয়ম-পত্ৰniẏama-patraNoun
কথা-বন্ধা কাকত; চুক্তি-পত্ৰ
a written agreement
- নিয়মতন্ত্ৰniẏamatantraNoun
কোনো বন্ধা নিয়ম বা আইনৰ অধীনত শাসন-কাৰ্য্য
conetitutional government
- নিয়মনniẏamanaNoun
দমন; যেনে-"ইন্দ্ৰিয় নিয়মন নহৈলে স্হিতপ্ৰজ্ঞ নঘটে" (ক. গী.)।
- নিয়মানুগত্যni.yo.ma.nu.go.tyoAbstract Noun
নিয়মানুসাৰে আচৰণ কৰা
behavior in accord with rules of conduct
- নিয়মানুৱৰ্তিতাni.yo.ma.nu.bor.ti.taAbstract Noun
নিয়মানুসাৰে আচৰণ কৰা
behavior in accord with rules of conduct
- নিয়মাৱলীni.yo.ma.wo.liAbstract Noun
কোনো নিৰ্দিষ্ট কাম কৰিবলৈ তৈয়াৰ কৰা একাধিক নিয়মৰ তালিকা৷
a set of rules agreed by various parties involved.
- নিয়মিততাni.yo.mi.to.taAbstract Noun
নিয়মানুসাৰে আচৰণ কৰা
behavior in accord with rules of conduct
- নিয়াniẏāTransitive verb
আন এজনৰ হতুবাই স্হানান্তৰ কৰা; . কৱদ
to cause to be taken or carried
- নিয়াঁৰিni.ya.riProper Noun
ধাতুশালত(সোণাৰী,কমাৰ,কঁহাৰ আদিৰ)ধাতু পিটি গঢ় লগোৱা লোহাৰ সঁজুলি ৷
an iron block on which a blacksmith puts hot pieces of metal before shaping them with a hammer.
- নিয়াছিনMaterial Noun
ভিটামিন-বি কমপ্লেক্সৰ এটা উপাদান এক প্ৰকাৰৰ স্ফটিকীয় এচিড, যিটো সতেজ মাংস, ঈষ্ট (এককোষী ভেঁকুৰ) আদিত পোৱা যায়
a crystalline acid, that is a component of the vitamin-B complex, found in fresh meat, yeast etc.
- নিয়ান্নব্বৈni.ya.no.boiAbstract Noun
নব্বৈতকৈ ন বেছি৷
nine more than ninety.the symbol denoting 99 (৯৯ in Assamese)
- নিয়ামকniẏāmakaNoun
নিয়ম কৰোঁতা
one who makes rules
- নিয়াৰMaterial Noun
বায়ুমণ্ডলৰ জলীয় বাষ্প ঘনীভূত হৈ, বিশেষকৈ ৰাতি, যিকোনো শীতল পৃষ্ঠত গোট খোৱা সৰু সৰু কণিকা
moisture condensed from the atmosphere, esp. at night, and deposited in the form of small drops upon any cool surface
- নিয়াৰিniẏāriNoun
ধাতু পিটি গঢ় লগোবা আৰু নিমজ কৰা এটা টান লোৰ ঠকুৰা
an anvil
- নিয়োক্তাCommon Noun
যি কোনো প্ৰতিষ্ঠানৰ বাবে কৰ্মচাৰী নিযুক্ত কৰে ৷
a person or business that employs one or more people, esp. for wages or salary
- নিয়োগniẏogaNoun
কাৰ্য্য-ভাৰ-অৰ্পণ
appointment
- নিয়োগ পত্ৰni.yo’g po.troMaterial Noun
কোনো নিযুক্তিকৰ্তাই সাম্ভাব্য কৰ্মচাৰীলৈ প্ৰৰণ কৰা পত্ৰ য’ত সাম্ভাব্য কৰ্মচাৰী গৰাকীক কোনো কামৰ বাবে গ্ৰহণ কৰা কৰা হৈছে বুলি জনোৱা হয় ৷
A letter from the employeer to a prospective employee stating that he/she has been accepted for a job or position.
- নিয়োগ-বদলিNoun
কামত ভৰ্ত্তি কৰা আৰু এঠাইৰপৰা আন ঠাইলৈ যাবলৈ হুকুম দিয়া কাৰ্য্য।
- নিয়োগ-বিনিময় কেন্দ্ৰni.yo’g-bi.ni.moy ken.droMaterial Noun
নিবনুৱা পঞ্জীয়ন / নিয়োগ বা-বাতৰিৰ হেতু স্থাপিত কেন্দ্ৰ
a center established to assist job-seekers find job and employeers to get suitable candidates
- নিয়োগকাৰীni.yo`g.ka.riCommon Noun
যি কোনো প্ৰতিষ্ঠানৰ বাবে কৰ্মচাৰী নিযুক্ত কৰে ৷
a person or business that employs one or more people, esp. for wages or salary