নিয়া
niẏā
অৰ্থ
1.
আন এজনৰ হতুবাই স্হানান্তৰ কৰা; . কৱদ
to cause to be taken or carried
সক. ধা.
2.
নীতি; সজ আচৰণ; যেনে-"যি ঘৰৰ ঘৈণী নিয়া নুবুজে। সি গৱহস্হক মৰণে মজে" (ডাক-চৰিত্ৰ)।
বি.
3.
ন্যায়-বিচাৰ বা ব্যবহাৰ; যেনে-"সবলে নিবলে কিহৰ নিয়া। পঞ্চে পঞ্চা কিহৰ বিয়া" (ডাক-চৰিত্ৰ)।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ