কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কৰ্ত্তব্যনিষ্ঠkor.to.byo.nis.thoProper Adj.
নিজৰ কামৰ প্ৰতি নিষ্ঠা থকা; কোনো কাম সঠিকভাৱে কৰিবলৈ সম্পূৰ্ণ প্ৰচেষ্টা কৰা
serious about one's work; giving full effort to do a work effectively
- কৰ্ত্তব্যপৰায়ণkor.to.byo.po.ra.yonProper Adj.
নিজৰ কামৰ প্ৰতি নিষ্ঠা থকা; কোনো কাম সঠিকভাৱে কৰিবলৈ সম্পূৰ্ণ প্ৰচেষ্টা কৰা
serious about one's work; giving full effort to do a work effectively
- কৰ্ত্তব্যৰতAdjective Adj.
employed, being engaged in a job.
- কৰ্ত্তৃত্বহীনkor.tri.two.hinVerbal Adj.
কোনো কৰ্তৃত্ব বা অধিকাৰ নথকা, অথবা আনুষ্ঠানিকভাৱে অধিকাৰ সাব্যস্ত নকৰা
not endowed with authority or official permission
- কৰ্দৈ-সিৰীয়াAdjective
গাত কৰ্দ্দৈৰ নিচিনা সিৰ থকা
having ridges like that of a kardai fruit; fluted
- কৰ্দ্দৈ-সেৰীয়াAdjective
গাত কৰ্দ্দৈৰ নিচিনা সিৰ থকা
having ridges like that of a kardai fruit; fluted
- কৰ্মকাণ্ডীAdjective
জ্ঞান, ভক্তি এৰি যাগযজ্ঞাদি কৰ্ম্মত বিশেষকৈ আসক্ত; সাধাৰণ শৰাধ আদি কৰা
specially practising ceremonies and rituals
- কৰ্মকুশলkor.mo.ku.xolProper Adj.
কোনো কাম কৰিব পৰা জ্ঞান আৰু কুশলতা থকা
able to carry out a task efficiently
- কৰ্মক্ষমkarmakṣamaAdjective
কামত নিপুণ বা পাৰ্গত
able to work skilful
- কৰ্মগতkarmagataAdjective
কৰ্ম্মৰ দ্বাৰায় পোবা বা অৰ্জ্জা
earned or attained by one's actions
- কৰ্মচ্যুতProper Adj.
যাক পদ বা বিষয়ৰ পৰা বলপূৰ্বক আঁতৰ কৰা হৈছে |
To dismiss from a position of command or responsibility, especially for disciplinary reasons.
- কৰ্মজড়karmajaṛaAdjective
নানা কৰ্ম্মত লাগি থকাৰ কাৰণে অন্তৰ জড় বা উচ্চভাবহীন হোবা
having higher sentiments stified owing to pressure of various rites
- কৰ্মঠkarmaṭhaAdjective
কামত নিপুণ বা পাৰ্গত; কামত পটু
skilful in work
- কৰ্মণ্যkarmaṇyaAdjective
কামিলা; কামৰ যোগ্য; কামত লাগি থকা
useful; fit for work; engaged in work
- কৰ্মতৎপৰkor.mo.tot.porProper Adj.
কামত আগ্ৰহযুক্ত নিষ্ঠাৰে কাম কৰা ব্যক্তি, একান্ত কৰ্মী ।
One who do works with interest, do work sincerely, maintain punctuality
- কৰ্মদক্ষkor.mo.do.khyoProper Adj.
বহু কষ্ট আৰু যত্নৰে কাম কৰিব পৰা
able to or carry out work with great labour or effort
- কৰ্মনশীয়াAdjective
যাৰ অযোগ্যতাৰ কাৰণে বা দুৰ্ভাগ্যৰ কাৰণে কৰ্ম্ম নিষ্পল হয়, দুৰ্কপলীয়া
unlucky
- কৰ্মনাশাkarmanāśāAdjective
কাম নাশ বা নষ্ট কৰোঁতা; হানিকৰ
beneful or injurious to work or progress
- কৰ্মনিষ্ঠkarmaniṣṭhaAdjective
একান্ত কৰ্ম্মী
firm or sincere in work
- কৰ্মপটুkor.mo.po.tuProper Adj.
কোনো কাম কৰিব পৰা জ্ঞান আৰু কুশলতা থকা
able to carry out a task efficiently