← ফুৰি যাওক

কৰ্মঠ

karmaṭha

অৰ্থ

1.

কামত নিপুণ বা পাৰ্গত; কামত পটু

skilful in work

বিণ.

সমাৰ্থক শব্দ

2.

সদায় কামত লাগি থকা বা তেনে শক্তি থকা

active; diligent

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কৰ্মঠ · অসমীয়া অভিধান