← ফুৰি যাওক

কৰ্ত্তব্যপৰায়ণ

kor.to.byo.po.ra.yon

অৰ্থ

1.

নিজৰ কামৰ প্ৰতি নিষ্ঠা থকা; কোনো কাম সঠিকভাৱে কৰিবলৈ সম্পূৰ্ণ প্ৰচেষ্টা কৰা

serious about one's work; giving full effort to do a work effectively

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কৰ্ত্তব্যপৰায়ণ · অসমীয়া অভিধান